বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত ৩জন….

বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত ৩জন….
  • কলিয়াবৰৰ বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • পথ দূৰ্ঘটনাত থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত আন ৩জন ।
  • এখন ৰৈ থকা ট্রাকত খুন্দা মাৰে এখন টাটা টিয়াগ' বাহনে ।
  • আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ কৰা হয় ।
  • দুৰ্ঘটনাগ্রস্ত টিয়াগ'খনৰ নম্বৰ AS02-T-4775 ।
  • পথত ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS09-AC-3635 ।
  • নিশা প্রায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।
  • এইপৰ্যন্ত চিনাক্ত হোৱা নাই দুৰ্ঘটনাত হতাহতসকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in