শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত ৩জন….

524
  • কলিয়াবৰৰ বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • পথ দূৰ্ঘটনাত থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত আন ৩জন ।
  • এখন ৰৈ থকা ট্রাকত খুন্দা মাৰে এখন টাটা টিয়াগ’ বাহনে ।
  • আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ কৰা হয় ।
  • দুৰ্ঘটনাগ্রস্ত টিয়াগ’খনৰ নম্বৰ AS02-T-4775 ।
  • পথত ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS09-AC-3635 ।
  • নিশা প্রায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।
  • এইপৰ্যন্ত চিনাক্ত হোৱা নাই দুৰ্ঘটনাত হতাহতসকল ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি