শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

জীৱনতকৈ মূল্যবান টকা নেকি?- কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী…

689

ডিজিটেল ডেস্কঃ নতুন যান-বাহন আইন জাৰি কৰাৰ পাছত যান-বাহন আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে বিহা হৈছে বৃহৎ পৰিমানৰ জৰিমনা। এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে বাৰ্তালাপ। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে- যি কেইখন ৰাজ্য চৰকাৰে যান-বাহন আইনৰ জৰিমনাৰ হ্ৰাস কৰিব বিচাৰিছে তেওঁলোকে সেয়া কৰিব পাৰে। আমাৰ উদ্দেশ্য হ’ল দুৰ্ঘটনা কম কৰাৰ।

তেওঁ লগতে কয় – ‘যিবোৰ ৰাজ্যত নতুন যান-বাহন আইন জাৰি কৰিব বিচৰা নাই তেওঁলোকৰ বাবে জীৱনতকৈ অধিক মূল্যবান টকা নেকি? মই জীৱন ৰক্ষা কৰাৰ সংকল্প লৈছিলো। আৰু এই নতুন যান-বাহন আইনে জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে জাৰি কৰা হছে। এইটো মোৰ প্ৰথম লক্ষ্য। কিন্তু মোক ৰাজ্য চৰকাৰৰো সহযোগৰ প্ৰয়োজন। এই সন্দৰ্ভত সকলো সিদ্ধান্ত দল বা ৰাজ্য চৰকাৰৰ উৰ্ধত হ’ব লাগে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি