শেহতীয়া খবৰ
পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...  •  প্ৰতিষ্ঠাপকৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থাৰ খবৰ ৰাখিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু...?

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে…

493

ডিজিটেল ডেস্কঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে। লোকসভাত মাত্ৰ ৮৩টা ভোট পৰিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। এই বিধেয়কখনৰ সপক্ষে বিপুল সমৰ্থন লাভ কৰাৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাবলৈ সক্ষম হ’ল গৃহ মন্ত্ৰীগৰাকী।

এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত মন্তব্য কৰে মণিপুৰৰ শিক্ষামন্ত্ৰী থকচম ৰাধেশ্যাম সিঙে। তেওঁ সংবাদমাধ্যমৰ আগত কয়- মণিপুৰক ইনাৰলাইন পাৰ্মিটৰ সুৰক্ষা প্ৰদান কৰা হৈছে। গৃহ মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে, এই বিধেয়ক সন্দৰ্ভত আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। এই বিধেয়ক নাগৰিকসকলৰ লাভৰ বাবেই কৰা হৈছে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি