শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ লেপটপ! বেগত নহয়, লৈ ফুৰক হাতৰ মুঠিতে…চাওক VIDEO

443

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ সৰু লেপটপ। স্কীণৰ আকাৰ ০.৯৬ ছেঃমিঃ। আমেৰিকাৰ অভিযন্তা পল ক্লিঙ্গৰে নিৰ্মাণ কৰিছে এই লেপটপটো। যাৰ নাম দিয়া হৈছে থিঙ্ক-টিনি(ThinkTiny)। বিশ্বৰ এই ক্ষুদ্ৰতম লেপটপটো নিৰ্মাণ কৰোতে সময়ৰ প্ৰয়োজন হৈছিল ১ সপ্তাহ। নিৰ্মাণত মুঠ ব্যয় হৈছে ৮৫ ডলাৰ অথাৎ প্ৰায় ৬ হাজাৰ টকা।

এই লেপটপটোত সংস্থাপন কৰা হৈছে ১২৮x৬৪ পিক্সল OLED ডিচপ্লে’। লগতে লেপটপটোত আছে ATtiny 1614 নামৰ এটা ৰঙা ৰঙৰ কন্টল বুটাম। ৩০০ এম এ এইচৰ বেটেৰীৰ সৈতে আছে TP 5400 ৰ এডাল ছাৰ্জাৰ। মিনি লেপটপটোত ৩ বিধকৈ গেম খেলাৰ সুবিধাও ৰাখিছে অভিযন্তা পল ক্লিঙ্গৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পল ক্লিঙ্গৰে এটা ক্ষুদ্ৰ গেমিং ডেস্কটপো নিৰ্মাণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি