শেহতীয়া খবৰ
নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি • অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ • কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • ৰাজ্যত আৰু ৯জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন • ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ

অৱশেষত আৰক্ষীৰ জালত কুখ্যাত গৰুচোৰ মিণ্টু আলী

204
  • অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত গৰুচোৰ মিন্টু আলী।
  • ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ ন পুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে মিন্টু আলীক।
  • দেওবাৰে ডিব্ৰুগড়ত সংঘটিত হৈছিল এক অতি লোমহৰ্ষক হত্যাকাণ্ড।
  • গৰুচোৰ মিন্টু আলী, চিন্টু আলী, ৰৌচন আলী আৰু চনু আলীয়ে দিনদুপৰতে ঘপিয়াই হত্যা কৰিছিল এজন লোকক।
  • দাৰ ঘাপত মৃত্যু হোৱা লোকজনৰ নাম আছিল চেলিম আলী।
  • ঘটনাৰ পাছতে সমগ্র অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ।
  • বৰ্তমানো পলাতক দুই হত্যাকাৰী ক্ৰমে- চিন্টু আলী আৰু চনু আলী।
  • দুই হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি