অৱশেষত আৰক্ষীৰ জালত কুখ্যাত গৰুচোৰ মিণ্টু আলী

অৱশেষত আৰক্ষীৰ জালত কুখ্যাত গৰুচোৰ মিণ্টু আলী
  • অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত গৰুচোৰ মিন্টু আলী।
  • ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ ন পুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে মিন্টু আলীক।
  • দেওবাৰে ডিব্ৰুগড়ত সংঘটিত হৈছিল এক অতি লোমহৰ্ষক হত্যাকাণ্ড।
  • গৰুচোৰ মিন্টু আলী, চিন্টু আলী, ৰৌচন আলী আৰু চনু আলীয়ে দিনদুপৰতে ঘপিয়াই হত্যা কৰিছিল এজন লোকক।
  • দাৰ ঘাপত মৃত্যু হোৱা লোকজনৰ নাম আছিল চেলিম আলী।
  • ঘটনাৰ পাছতে সমগ্র অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ।
  • বৰ্তমানো পলাতক দুই হত্যাকাৰী ক্ৰমে- চিন্টু আলী আৰু চনু আলী।
  • দুই হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in