বোকাখাতত আৰক্ষীৰ জালত বাইকসহ তিনি দুৰ্ধৰ্ষ চোৰ

  • বোকাখাত আৰক্ষীৰ চোৰৰ বিৰুদ্ধে অভিযান।
  • অভিযানত আৰক্ষীৰ জালত বাইকসহ তিনি দুৰ্ধৰ্ষ চোৰ।
  • ধৃত চোৰকেইটা বোকাখাতৰ ওমৰ আলী, ৰাজা আলী আৰু পৰেশ কুটুম।
  • আটকাধীন তিনি চোৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন পালছাৰ বাইক।
  • জামুগুৰিহাটৰ পৰা ভাস্কৰ আৰু লোহিত নামৰ দুই যুৱকে চুৰি কৰিছিল বাইকখন।
  • বাইকখনৰ গৰাকীৰ নাম ৰিংকু পাৰে বুলি জানিব পৰা গৈছে।
  • জামুগুৰিহাটত ঘৰ ৰিংকু পাৰেৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in