শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী…

  • কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।
  • নিহত সন্ত্ৰাসবাদীটোৰ নাম ছামিম ছফী বুলি জানিব পৰা গৈছে।
  • নিহত সন্ত্ৰাসবাদীটো জেইছ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, ২০০৪চনতো গ্ৰেপ্তাৰ কৰা হৈছিল এই সন্ত্ৰাসবাদীটোক।
  • গ্ৰেপ্তাৰ কৰাৰ পাছত ২ বছৰৰ বাবে কাৰাগাৰত আছিল সন্ত্ৰাসবাদীটো।
  • এই সকলো কথা জনাইছে কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি