কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী…
  • কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।
  • নিহত সন্ত্ৰাসবাদীটোৰ নাম ছামিম ছফী বুলি জানিব পৰা গৈছে।
  • নিহত সন্ত্ৰাসবাদীটো জেইছ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, ২০০৪চনতো গ্ৰেপ্তাৰ কৰা হৈছিল এই সন্ত্ৰাসবাদীটোক।
  • গ্ৰেপ্তাৰ কৰাৰ পাছত ২ বছৰৰ বাবে কাৰাগাৰত আছিল সন্ত্ৰাসবাদীটো।
  • এই সকলো কথা জনাইছে কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in