সোমবাৰৰ পৰা আৰম্ভ হ’ল বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়, মল্লিকাৰ্জুন খাৰ্গেক প্ৰশংসা…

সোমবাৰৰ পৰা আৰম্ভ হ’ল বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়, মল্লিকাৰ্জুন খাৰ্গেক প্ৰশংসা…
  • সোমবাৰৰ পৰা সদনৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয় ।
  • মল্লিকাৰ্জুন খাৰ্গেক ৰাজ্যসভাত বিৰোধী নেতাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেঙ্কাইয়া নাইডুয়ে ।
  • মল্লিকাৰ্জুন খাৰ্গে দেশৰ দীৰ্ঘদিনীয়া সেৱা কৰা নেতাসকলৰ ভিতৰত এজন । তেও বিশাল আইনী আৰু প্ৰশাসনিক অভিজ্ঞতাৰ অধিকাৰী বুলি মন্তব্য কৰে ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে ।
  • আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত সমগ্ৰ বিশ্বৰ মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অৱদান আৰু সাফল্য উদযাপন কৰা উচিত বুলি কয় ৰাজ্য সভাৰ অধ্যক্ষ গৰাকীয়ে।
  • ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে আন্তৰ্জাতিক নাৰী দিৱস নাৰী সকলৰ অদম্য আত্মা, দৃঢ় সংকল্প আৰু প্ৰচেষ্টাক সন্মান কৰাৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in