নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত গুলিবৰ্ষণত মৃত্যু হোৱা লোক সংখ্যা ৫০ জনলৈ বৃদ্ধি…

নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত গুলিবৰ্ষণত মৃত্যু হোৱা লোক সংখ্যা ৫০ জনলৈ বৃদ্ধি…
  • নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত দুৰ্বৃৰ্ত্তই চলোৱা গুলিবৰ্ষণত মৃত্যু হোৱা লোক সংখ্যা ৫০ জনলৈ বৃদ্ধি।
  • আৰক্ষী আয়ুক্ত মাইক বুশ্বে সংবাদমাধ্যমক অৱগত কৰিলে এই তথ্য।
  • বৰ্তমানেও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৩৬ জনকৈ লোক।
  • বৰ্তমানৰ লৈকে আৰক্ষীয়ে আটক কৰিছে ৪ জনক লোকক।
  • উল্লেখ্য যে, যোৱা শুকুৰবাৰে নিউজিলেণ্ডৰ দুই মছজিদত চলিছিল এই আক্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in