ভূলুণ্ঠিত মানবতা! মাতৃয়ে হাবিত এৰি থৈ গ’ল নবজাতক কণ্যা সন্তান..

ভূলুণ্ঠিত মানবতা! মাতৃয়ে হাবিত এৰি থৈ গ’ল নবজাতক কণ্যা সন্তান..
  • বোকাজানৰ ইকৰানিত নৱজাত কন্যা উদ্ধাৰ ।
  • ইকৰানিত হাবিত উদ্ধাৰ কন্যা শিশুটি।
  • গৰু বান্ধিবলৈ অহা এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে শিশুটি।
  • হাবিৰ মাজত কান্দোন শুনি মহিলা গৰাকীয়ে উদ্ধাৰ কৰে শিশুটিক।
  • পৰি থকা শিশুটিৰ সৰ্বশৰীৰ গুৰি পৰুৱাই আৱৰি আছিল।
  • কোনো পাশান হৃদয়ৰ মাতৃয়ে এনেদৰে পেলাই থৈ যায় নিষ্পাপ শিশুটিক।
  • স্থানীয় কেইবা গৰাকীৰ মহিলাই শিশুটিক উদ্ধাৰ কৰি দুগ্ধ পান কৰাই।
  • ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in