দেওবাৰৰ পৰিৱৰ্তে সোমবাৰেহে বৈঠকত বহিব ছোনিয়া গান্ধী আৰু শৰদ পাৱাৰ…

দেওবাৰৰ পৰিৱৰ্তে সোমবাৰেহে বৈঠকত বহিব ছোনিয়া গান্ধী আৰু শৰদ পাৱাৰ…
  • কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু এন চি পিৰ মুৰব্বী শৰদ পাৱাৰৰ মাজত হ'ব লগা বৈঠকৰ সময় সলনি।
  • পূৰ্বে দেওবাৰে পুৱা এই বৈঠক অনুষ্ঠিত হোৱাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।
  • সোমবাৰেহে এই বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হোৱাৰ সম্ভাৱনা।
  • ইফালে, দেওবাৰে সন্ধিয়া ৪ বজাত পুনেত এন চি পিৰ নেতাসকলৰ সৈতে আন এক বৈঠকত বহিব দলটোৰ মুৰব্বী শৰদ পাৱাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in