নাছাৰ বৃহৎ সফলতা, হাজাৰ মাইল দূৰৈৰ বেনুত পেলালে খোজ…

নাছাৰ বৃহৎ সফলতা, হাজাৰ মাইল দূৰৈৰ বেনুত পেলালে খোজ…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশযানে মহাকাশত ইতিহাস ৰচিছে। যাত্ৰীবাহী বাছৰ সমান ডাঙৰ এখন মহাকাশযান তৈয়াৰ কৰিছে লাংকহীড মাৰ্টিন নামৰ এজন ব্যক্তিয়ে। এই যানখনে সফলতাৰে স্পৰ্শ কৰিছে হাজাৰ মাইল দূৰত থকা এষ্ট্ৰাইড বেনুক ।

উল্লেখযোগ্য যে, এই বেনু পৃথিৱীৰ পৰা প্ৰায় ২০০ মিলিয়ন মাইল দূৰত। ৰকেটখনে এষ্ট্ৰাইড বেনুৰ ভূমি অংশক ৰবটিক বাহুৰ সহায়ত স্পৰ্শ কৰিছে । সংস্থাটোৱে কৈছে যে, এই পৰীক্ষাই বিশ্বব্ৰহ্মাণ্ডৰ বহু অসমাধানিক ৰহস্য সমাধান কৰাত সহায় কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in