শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

শ্ৰমিকক লৈ জাপান-নেপালৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি…

127

ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে কাঠমাণ্ডুত জাপান আৰু নেপাল চৰকাৰৰ মাজত সম্পাদন হয় এখন বিশেষ চুক্তি। জাপান চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত হস্তাক্ষৰ কৰা এই চুক্তিৰ জৰিয়তে জাপানত কৰ্মৰত নেপালী শ্ৰমিক সকলে চৰকাৰৰ পৰা লাভ কৰিব কিছু সা-সুবিধা। এই চুক্তিৰ যোগেদি নেপালৰ শ্ৰমিকসকলৰ আৱাসিকৰ পৰা আদি কৰি নিৰাপত্তাৰ সকলো দিশৰ ওপৰত চকু ৰাখিব জাপান চৰকাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি