শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

গণেশ পূজাৰ মণ্ডপত চন্দ্ৰযান-২… চাওঁক VIDEO

176
  • ইছৰ’ৰ লগতে দেশবাসীৰ চকু নিবদ্ধ চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ ওপৰত।
  • চন্দ্ৰযান-২ মিছনৰ প্রভাৱ দেখা গৈছে গণেশ চতুৰ্থীতো।
  • মুম্বাইত গণেশ চতুৰ্থী উপলক্ষে পূজা-অৰ্চনাৰ আয়োজন।
  • পিছে ভগৱান গণেশৰ মূৰ্তিৰ পাছফালে দেখা গৈছে চন্দ্ৰযান-২ৰ দৃশ্য।
  • শ শ ভক্তই আগবঢ়াইছে পূজা-অৰ্চনা।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে ভগৱান গণেশৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি