শেহতীয়া খবৰ
ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত আধ্যাত্মিক পৰম্পৰাৰে সৰস্বতী পূজা পালন...  •  কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা টংলাত দুদিনীয়া কলাগুৰু সংগীত মহোৎসৱ-২০২০ৰ আয়োজন  •  ইণ্ডিগ’ বিমানত অৰ্ণৱ গোস্বামীৰ সৈতে কি হৈছিল কুণাল কামৰাৰ, VIDEO  •  'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...

মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা ‘তেৰী মেৰি’ৰ ট্ৰেইলাৰ, চাওক VIDEO…

1,882

ডিজিটেল ডেস্কঃ সোমবাৰে মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা হিমেশ ৰেচমিয়াৰ আহিবলগীয়া ছবিখনৰ তেৰী মেৰি জনপ্ৰিয় গীতটিৰ ট্ৰেইলাৰ। সোমবাৰে বিয়লিভাগত দৰ্শকৰ মাজলৈ এৰি দিয়া ট্ৰেইলাৰটো মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতে লাখ লাখ দৰ্শকে দৰ্শন কৰিছে। ইফালে গীতটো অতি কম সময়ৰ ভিতৰতে ইউ টিউবৰ উপৰিও অন্য ছচিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে হিমেশ ৰেচমিয়াৰ ষ্টুডিঅত ৰাণু মণ্ডলে ৰেকডিং কৰিছিল টেৰী মেৰি গীতটো। ৰেকডিং কৰি থকাৰ সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৰাণু মণ্ডলৰ এটা ভিডিঅ। মঙলবাৰে মুক্তি পোৱা টেৰী মেৰি গীতটোৰ ট্ৰেইলাৰটো-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি