বুধবাৰে অনুষ্ঠিত হ’ব অযোধ্যা ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰথমখন বৈঠক

ৰাম মন্দিৰৰ প্ৰতীকি ফটো
ৰাম মন্দিৰৰ প্ৰতীকি ফটো
  • অযোধ্যা ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হ'ব।
  • দিল্লীত বুধবাৰে বিয়লিৰ ভাগত এই বৈঠক অনুষ্ঠিত হ'ব।
  • বৈঠকত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব আৰু গৃহ বিভাগৰ অধ্যক্ষ সচিব অৱনিশ কুমাৰ আৱাস্থি।
  • বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
  • ৰাম মন্দিৰ নিৰ্মাণ প্ৰসংগত লোৱা হ'ব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in