মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট বৈঠক আৰম্ভ…

মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট বৈঠক আৰম্ভ…

  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰে নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক আৰম্ভ।
  • মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ পাছত এইখনে প্রথমখন কেবিনেট বৈঠক।
  • মুম্বাইৰ সাহ্যাদ্ৰী অতিথিশালাত অনুষ্ঠিত কৰা হৈছে এই বৈঠকখন।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেসহ উপস্থিত কেবিনেট মন্ত্ৰীসকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in