‘দ্য অশোকা’ত এন ডি এৰ নৈশ ভোজন…

‘দ্য অশোকা’ত এন ডি এৰ নৈশ ভোজন…

ডিজিটেল ডেস্কঃ২৩ মে', ২০১৯ত ঘোষণা কৰা হ'ব ২০১৯ৰলোকসভা নিৰ্বাচনৰ ফলাফল। মঙলবাৰে দিল্লীৰ দ্য অশোকা হোটেলত অমিত শ্বাহে আয়োজন কৰেনৈশ ভোজৰ। এই ভোজত এন ডি এৰ নেতৃত্বৰ লগতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলক আমন্ত্ৰণজনোৱা হয়।

দেওবাৰে এগজিট প'লৰ সমীক্ষাত বিজেপিয়ে এইবাৰ চৰকাৰ গঠনৰ কৰা প্ৰকাশ কৰাৰ পাছতেই ২৩ মে'ত নিৰ্বাচনৰ ফলাফলৰ পাছৰ ৰণনীতিও প্ৰস্তুতৰ সভা-আলোচনা কৰা হ'ব এই নৈশ ভোজনত।

উল্লেখ্য যে, বহু কেইটা এগজিট প'লৰ সমীক্ষাত বিজেপিয়ে ২৮২ৰ পৰা ৩৬৫খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰা হৈছে। ইফালে, কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটে ১২২খন আসন পোৱাৰ কথা কোৱা হৈছে এগজিট প'লৰ সমীক্ষাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in