শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা…

923

ডিজিটেল সংবাদ, শিমলুগুৰিঃ সোমবাৰে ঘোষণা কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ মেধাৱী ছাত্ৰী নিলাক্ষী হাজৰিকাই৷ নিলাক্ষীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত হিন্দীত মেজৰসহ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে ৷নিলাক্ষীৰ সফলতাই আশাৰ ৰেঙণি আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহী নিলাক্ষী শিমলুগুৰিৰ সমীপৱৰ্তী ১ নং নিমুৰীৰ নিবাসী তুলিকা বৰাৰ জীয়ৰী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি