তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…

তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…
  • তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী মুঠ ১০ জন।
  • জীয়াবুৰ ৰহমানে- নিৰ্দলীয়।
  • মহেন্দ্ৰ ওৰাং- ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল।
  • মহেন্দ্ৰ ভূঞা- নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি।
  • এম.জি.ভি.কে. ভানু- কংগেছ।
  • ইকবাল আনচাৰী- নিৰ্দলীয়।
  • ৰণবিজয় কুমাৰ ৰায়- বহুজন মুক্তি পাৰ্টি।
  • বিজয় কুমাৰ তিৰু- অসম আদিবাসী ৰাষ্টীয় পাৰ্টি।
  • ৰাম বাহাদুৰ সোনাৰ- নেশ্বনেল পিপলচ পাৰ্টি।
  • পল্লৱ লোচন দাস- ভাৰতীয় জনতা পাৰ্টি।
  • কৃষ্ণহৰি পাল- সৰ্ব ভাৰতীয় হিন্দুষ্টান কংগ্ৰেছ পাৰ্টি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in