তেজপুৰৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

তেজপুৰৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
  • বৃহস্পতিবাৰে নিশা তেজপুৰৰ চ'ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত সম্পূৰ্ণৰূপে জাহ গ'ল ২০খনৰো অধিক দোকান।
  • প্ৰায় ৪০খন দোকানৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
  • অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • অগ্নিকাণ্ডৰ ফলত কেইবাকোটি টকাৰ সা–সামগ্ৰী বিনষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in