শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

তেজপুৰৰ ডিপোটাত পথ দুৰ্ঘটনা…

67
  • তেজপুৰৰ ডিপোটাত সোমবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনা৷
  • পূজা চাবলৈ অহা পথচাৰীক মহতিয়াই বাগৰি পৰিল এখন দ্ৰুতবেগী বাইক৷
  • বাইক চালক, আৰোহীৰ লগতে আন এজন লোক আহত হয় এই দুৰ্ঘটনাত।
  • সংকটজনক অৱস্থাত তিনিওকে উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় TMCHলৈ৷
  • একাংশ ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জ্বলাই দিবলৈ উদ্যত হয়৷
  • দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি