তেজপুৰৰ ডিপোটাত পথ দুৰ্ঘটনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • তেজপুৰৰ ডিপোটাত সোমবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনা৷
  • পূজা চাবলৈ অহা পথচাৰীক মহতিয়াই বাগৰি পৰিল এখন দ্ৰুতবেগী বাইক৷
  • বাইক চালক, আৰোহীৰ লগতে আন এজন লোক আহত হয় এই দুৰ্ঘটনাত।
  • সংকটজনক অৱস্থাত তিনিওকে উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় TMCHলৈ৷
  • একাংশ ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জ্বলাই দিবলৈ উদ্যত হয়৷
  • দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in