তেজপুৰৰ পিঠাখোৱাত পথ দুৰ্ঘটনাত নিহত এগৰাকী নাৰ্ছ

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • তেজপুৰৰ পিঠাখোৱাত পথ দুৰ্ঘটনাত এগৰাকী নাৰ্ছৰ মৃত্যু।
  • পুৱতি নিশা ৰৈ থকা ট্ৰাকত খুন্দা এখন যাত্ৰীবাহী টেম্প'ৰ।
  • দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী নাৰ্ছ আৰু আহত আন ৩গৰাকী।
  • নিহত আৰু আহত আটাইকেইগৰাকী টি এম চি এইচ ত নাৰ্ছ ৰূপে কৰ্মৰত।
  • মৃত নাৰ্ছগৰাকী ধেমাজিৰ ধনলতা মৰাণ বুলি পৰিচয় লাভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in