গান-কবিতাৰে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত অভিনৱ প্ৰতিবাদ

গান-কবিতাৰে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত অভিনৱ প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত ৰাজপথলৈ ওলাই আহিল কবি, সাহিত্যিক, শিল্পী আৰু নাগৰিক সমাজ৷
  • গান আৰু কবিতাৰে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷
  • ইফালে, জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰৰ উকিল সমাজো।
  • তেজপুৰ বাৰ এছ'চিয়েচনৰ সমূহ অধিবক্তাৰ উত্তাল প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in