তেজপুৰৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা ২ পাইলটৰ, ঘটনাস্থলীৰ শেহতীয়া দৃশ্য… VIDEO

তেজপুৰৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা ২ পাইলটৰ, ঘটনাস্থলীৰ শেহতীয়া দৃশ্য… VIDEO
  • তেজপুৰত ভূপতিত ছুখয়-৩০ যুঁজাৰু বিমান।
  • এতিয়াও জ্বলি আছে ভূপতিত হোৱা বিমানখন।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ চেষ্টা কৰিছে জুই নিৰ্বাপনৰ।
  • বিমানখনত আছিল দুজন পাইলট।
  • তেজপুৰৰ মিলনপুৰৰ শইকীয়া চুবুৰীৰ সমীপৰ এখন পথাৰত খহি পৰিছে বিমানখন।
  • বিমানখনত থকা দুয়ো জন বৈমানিকৰ প্ৰাণৰক্ষা হৈছে যদিও গুৰুতৰভাৱে আহত হৈছে ।
  • ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুই বৈমানিকক।
  • দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in