তেজপুৰত নিশা বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা এজন যুৱকক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • তেজপুৰত সোমবাৰে নিশা সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড।
  • এখন ছুইফট ডিজায়াৰ বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা কৰিলে এজন যুৱকক।
  • কলিবাৰীৰ পুৰণি বান থিয়েটাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
  • মৃত যুৱকজনৰ নাম হাচনি মুদাচিৰ।
  • মৃত যুৱকজনৰ ঘৰ তেজপুৰৰ বাৰিকাচুবুৰীত।
  • পৰিবহন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল যুৱকজন।
  • মৃতদেহৰ কাষত মুমুৰ্ষ অৱস্থাত আন এজন লোকক উদ্ধাৰ।
  • অসুস্থ অমিত মণ্ডল নামৰ যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
  • ঘটনাৰ পিছতে কনকলতা অসামৰিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয়।
  • আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in