শেহতীয়া খবৰ
নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত, উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাক উষ্ম আদৰণি...  •  অপহৰণৰ পৰিকল্পনা কৰি থাকোতেই বোকাজানৰ খটখটীত আটক অপহৰণকাৰী চক্ৰ...  •  গোলাঘাটৰ হাতীয়েখোৱাত মদ মুক্ত অসম দাবী সমিতিয়ে দেশীয় সুৰাৰ সৰবৰাহী নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰক গতালে আৰক্ষীক...  •  শিৱসাগৰত চিকিৎসকৰ দুঘন্টীয়া কৰ্মবিৰতি পালন...  •  ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজিছে দৰঙৰ সঞ্জয়ে...  •  ডিফু-ডংকামোকাম-ছয়মাইল-বেলতলা-বাংগালুৰুত তুলিৰাম ৰংহাঙে গঢ়িছে অবৈধ সম্পত্তিৰ পাহাৰ, নিমাত মুখ্যমন্ত্ৰী  •  নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক  •  সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক...  •  এইবাৰ এইমছত চিকিৎসকক হত্যাৰ ভাবুকি, সোমবাৰৰ দুপৰীয়া ১২ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ প্ৰতিবাদ সাব্যস্ত  •  বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গোলাঘাটত কৃষক মুক্তিৰ অৱস্থান

টিকত নাপাই পদত্যাগ আৰ পি শৰ্মাৰ, বিজেপিৰ বিৰুদ্ধে কি ক’লে ছ’চিয়েল মিডিয়াত…

3,039
  • বিজেপিৰ পৰা পদত্যাগ কৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
  • দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে।
  • তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল বৰ্তমানৰ সাংসদজন।
  • তেজপুৰ লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত লয় তেওঁ।
  • ছ’চিয়েল মিডিয়াযোগে দল ত্যাগৰ কথা ঘোষণা কৰে বিজেপি সাংসদগৰাকীয়ে। 

  • প্ৰাৰ্থিত্বৰ পেনেলত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ ব্যক্ত কৰে আৰ পি শৰ্মাই।
  • কিছুদিন পূৰ্বে ‘অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰয়োজনত দল ত্যাগ কৰাৰ কথা কৈছিল তেজপুৰৰ সাংসদজনে।
  • ১২ বজাত নতুন দিল্লীত আৰ পি শৰ্মাই সম্বোধন কৰিব সংবাদমেল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি