টিকত নাপাই পদত্যাগ আৰ পি শৰ্মাৰ, বিজেপিৰ বিৰুদ্ধে কি ক’লে ছ’চিয়েল মিডিয়াত…

ফাইল ফটো
ফাইল ফটো
  • বিজেপিৰ পৰা পদত্যাগ কৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
  • দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে।
  • তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল বৰ্তমানৰ সাংসদজন।
  • তেজপুৰ লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত লয় তেওঁ।
  • ছ'চিয়েল মিডিয়াযোগে দল ত্যাগৰ কথা ঘোষণা কৰে বিজেপি সাংসদগৰাকীয়ে। 
  • প্ৰাৰ্থিত্বৰ পেনেলত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ ব্যক্ত কৰে আৰ পি শৰ্মাই।
  • কিছুদিন পূৰ্বে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ'ৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰয়োজনত দল ত্যাগ কৰাৰ কথা কৈছিল তেজপুৰৰ সাংসদজনে।
  • ১২ বজাত নতুন দিল্লীত আৰ পি শৰ্মাই সম্বোধন কৰিব সংবাদমেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in