দশমীৰ নিশা তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২

দশমীৰ নিশা তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২
  • দশমীৰ নিশা তেজপুৰৰ মিছন চাৰিআলিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী এখন ভাৰ্নাৰ বাহনে মহতিয়ালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কেইবাখনো দোকান।
  • শেষত খুন্দা মাৰে এজোপা গছত।
  • চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাহনখন।
  • থিতাতে নিহত চালক।
  • চালকজনৰ নাম টুন ডেকা।
  • বাহনখনত থকা আন এজন লোক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in