শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...

তেজপুৰৰ মন্দিৰত আক্ৰমণ দুৰ্বৃত্তৰ, ভাঙিলে লক্ষ্মী প্ৰতিমাৰ হাত

162
  • বুধবাৰে নিশা তেজপুৰত দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে মন্দিৰত।
  • শ্ৰীশ্ৰী গণেশ মন্দিৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ।
  • উল্লেখ্য যে, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিচে কাষতে আছিল মন্দিৰটো।
  • মন্দিৰৰ লক্ষ্মীদেৱীৰ প্ৰতিমাৰ ক্ষতিসাধন কৰিলে দুৰ্বৃত্তই।
  • দুৰ্বৃত্তই ভাঙিলে লক্ষ্মী প্ৰতিমাৰ হাত।
  • ঘটনাৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে একাংশ ৰাইজ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি