তেজপুৰৰ দ-পৰ্বতীয়াত ৫৫ সংখ্যক ভোগালী বিহু উদযাপন…

তেজপুৰৰ দ-পৰ্বতীয়াত ৫৫ সংখ্যক ভোগালী বিহু উদযাপন…

ডিজিটেল ডেস্কঃ ভোগালী বিহু সমাগত।বিগত সময়ছোৱাৰ কোভিড সন্ত্ৰাসিত পৰিৱেশৰ মাজতে এইবাৰ ভোগালী বিহুৰ বাবেও ৰাজ্যৰ চৌপাশে চলিছে উদযাপন বৃহৎ প্ৰস্তুতি। উৰুকালৈ মাজত মাথো ১দিন বাকী। ৰাজ্য ভিন্ন প্ৰান্তত এই দিনটোৰ বাবে ভেলাঘৰ সজাৰ পৰা উৰুকাৰ ভোজ খোৱালৈকে চলিছে পূৰ্ব প্ৰস্তুতি।

তেজপুৰতো ব্যতিক্ৰম নহয় এই পৰিৱেশ। তেজপুৰৰ – পৰ্বতীয়াৰ বেজৰ চুবুৰীটো উদযাপন উলহ-মালহেৰে বিগত সময়ছোৱাৰ দৰে অঞ্চলটোৰ ৰাইজে উদযাপন কৰিছে ভোগালী বিহু। এইবাৰৰ ৫৫ সংখ্যক ভোগালী বিহুত দ পৰ্বতীয়াৰ ৰাইজে বিহুৰ লগতে উদযাপন কৰিছে প্ৰীতি ভোজৰো।আনহাতে অঞ্চলবাসীয়ে সঁজা ভেলাঘৰটোৰ সজ্জাও প্ৰায় সম্পূৰ্ণ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in