শেহতীয়া খবৰ
হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১  •  পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...

তেজপুৰত যতীন বৰাক পহুখেদা! VIDEO

23,738
  • তেজপুৰত অভিনেতা যতীন বৰাক পহুখেদা।
  • আছু সদস্যই যতীন বৰাৰ বাহন আগভেটি দি ধৰি যতীন বৰা লেই লেই চেই চেই শ্ল’গান দিয়ে।
  • যতীন বৰা গ’ বেক ধ্বনি দি ৰাইজৰ পক্ষত থিয় দিয়াৰ আহ্বান।
  • প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে যতীন বৰাক।
  • ৰাজপথতে শুই প্ৰতিবাদকাৰীসকলে যতীন বৰাক তেজপুৰৰ পৰা উভতি যোৱাৰ দাবী জনায়।
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি