তেজপুৰত যতীন বৰাক পহুখেদা! VIDEO

তেজপুৰত যতীন বৰাক পহুখেদা! VIDEO
  • তেজপুৰত অভিনেতা যতীন বৰাক পহুখেদা।
  • আছু সদস্যই যতীন বৰাৰ বাহন আগভেটি দি ধৰি যতীন বৰা লেই লেই চেই চেই শ্ল'গান দিয়ে।
  • যতীন বৰা গ' বেক ধ্বনি দি ৰাইজৰ পক্ষত থিয় দিয়াৰ আহ্বান।
  • প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে যতীন বৰাক।
  • ৰাজপথতে শুই প্ৰতিবাদকাৰীসকলে যতীন বৰাক তেজপুৰৰ পৰা উভতি যোৱাৰ দাবী জনায়।
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in