তেজপুৰত পত্নীক দাৰে ঘপিয়াই হত্যা যুৱকৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • তেজপুৰত ২নং বাটামাৰীত নৃশংস হত্যাকাণ্ড।
  • পত্নীক দাৰে ঘপিয়াই হত্যা কৰে যুৱকে।
  • মৃত মহিলাগৰাকীৰ নাম আয়েশা খাতুন।
  • ৩ সন্তানৰ মাতৃ আছিল আয়েশা।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী আমিৰ হুছেইনক।
  • পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in