তেজপুৰত গুলীয়াই আত্মহত্যা চিআৰপিএফ জোৱানৰ

তেজপুৰত গুলীয়াই আত্মহত্যা চিআৰপিএফ জোৱানৰ
  • তেজপুৰৰ জয়মতী পথাৰস্থিত চিআৰপিএফ কেম্পত অঘটন।
  • নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা জোৱানৰ।
  • বতৰ্মানলৈকে জোৱানজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
  • মৃত জোৱানজনৰ নাম দিগম্বৰ মাধৱ।
  • মৃত জোৱানজনৰ ঘৰ মুম্বাইত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in