এবছুসহ কেইবাটাও সংগঠনে তেজপুৰ সংসদীয় সমষ্টিত নিৰ্দলীয়ৰূপে আগবঢ়াব প্ৰাৰ্থিত্ব…

এবছুসহ কেইবাটাও সংগঠনে তেজপুৰ সংসদীয় সমষ্টিত নিৰ্দলীয়ৰূপে আগবঢ়াব প্ৰাৰ্থিত্ব…
  • লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিত নিৰ্দলীয়ৰূপে প্ৰাৰ্থিত্ব আগবঢ়াব এবছুসহ কেইবাটাও সংগঠনে।
  • সহযোগ কৰিব এনডিএফবি (পি), ইউপিপিএল, পিজেএচিবিয়ে।
  • অহা ২৩ মাৰ্চত সংগঠনসমূহে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা।
  • জনজাতিসকলক বিজেপি–কংগ্ৰেছে প্ৰতাৰণা কৰাৰ অভিযোগ।
  • সংবাদমেলযোগে ঢেকীয়াজুলিত এই কথা জনালে সংগঠনকেইটাৰ নেতৃত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in