তেজপুৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

তেজপুৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
  • তেজপুৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
  • জিলাখনৰ ডিপোটা নৈত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ।
  • ওপঙি থকা অৱস্থাত স্থানীয়লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • কোনো অসৎ লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয়  লোকৰ
  • আৰক্ষীক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুখীক শাস্তি দিয়াৰ দাবী অঞ্চলবাসীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in