শেহতীয়া খবৰ
দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ...

তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন

108
  • তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে সোমবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীজনৰ সৈতে সংগ দিয়ে কেইবাজনো বিজেপিৰ মন্ত্ৰী-বিধায়কে।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে পল্লৱ লোচন দাসক।

  • ইফালে আন বহুকেইজন বিজেপিৰ বিধায়ক উপস্থিত থাকে তেওঁৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত।

  • বহুতো সমৰ্থকৰ সৈতে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত পল্লৱ লোচন দাসে দাখিল কৰে মনোনয়ন।
  • মনোনয়ন পত্ৰ দাখিল কৰিয়ে বিজয় নিশ্চিত বুলি মন্তব্য কৰিলে পল্লৱ লোচন দাসে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি