তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন

তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন
  • তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে সোমবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীজনৰ সৈতে সংগ দিয়ে কেইবাজনো বিজেপিৰ মন্ত্ৰী-বিধায়কে।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে পল্লৱ লোচন দাসক।
  • ইফালে আন বহুকেইজন বিজেপিৰ বিধায়ক উপস্থিত থাকে তেওঁৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত।
  • বহুতো সমৰ্থকৰ সৈতে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত পল্লৱ লোচন দাসে দাখিল কৰে মনোনয়ন।
  • মনোনয়ন পত্ৰ দাখিল কৰিয়ে বিজয় নিশ্চিত বুলি মন্তব্য কৰিলে পল্লৱ লোচন দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in