তেজপুৰত দিন ডকাইতি

তেজপুৰত দিন ডকাইতি

  • তেজপুৰত দিন ডকাইতি।
  • ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তেজপুৰ প্ৰধান শাখাত সংঘটিত হৈছে এই দিন ডকাইতি।
  • কেছ কাউণ্টাৰৰ পৰাই দুৰ্বৃত্তই লুটি নিলে টকা।
  • দুৰ্বৃত্তই লুটিলে ৪ লাখ ৫০ হাজাৰ টকা।
  • দুৰ্বৃত্তই লুটি নিয়া টকাখিনি বিনোদ চৌধুৰী নামৰ এজন ব্যৱসায়ীৰ।
  • ব্যৱসায়ীজনে বেংকত জমা কৰিছিল ধনখিনি।
  • ধনখিনি জমা দিয়াৰ ক্ষন্তেক পিছতে লৈ যায় দুৰ্বৃত্তই।
  • ইফালে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ।
  • চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in