শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান, অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি…

16
  • তেজপুৰৰ বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান।
  • বৰাৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে তেজপুৰত।
  • শনিবাৰৰ নিশা তেজপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।
  • জীৱন বৰা আছিল জ্যোতি ভাৰতীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
  • তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে তেজপুৰৰ বাসগৃহত উপস্থিত হয় অগণন গুণমুগ্ধ।
  • বহু শিল্পী, দল-সংগঠনে জীৱন বৰাৰ নশ্বৰ দেহত জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি