তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা…

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা…
  • তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ছুইফট ডিজায়াৰ বাহনক খুন্দিয়াই নদীৰ পানীত পৰিলগৈ ট্ৰাক।
  • ডপোটা দলঙত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।
  • ছুইফট ডিজায়াৰ বাহনখনৰ চালকজন থিতাতে নিহত।
  • নিহত চালকগৰাকীৰ নাম অংকুৰ নাথ।
  • দুৰ্ঘটনাৰ পিছতে ট্ৰাকৰ চালক-হেণ্ডিমেনৰ পলায়ন।
  • এই দুৰ্ঘটনাত আন এজন লোকো আহত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in