‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল তেজপুৰৰ ৰাজপথ…

‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল তেজপুৰৰ ৰাজপথ…
  • পাকিস্তান সমৰ্থিত পাক সন্ত্ৰাসবাদী সংগঠনৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল তেজপুৰৰ ছাত্ৰসমাজ।
  • 'পাকিস্তান মুৰ্দাবাদ' ধ্বনিৰে উত্তাল তেজপুৰৰ ৰাজপথ৷
  • সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদী সমদল।
  • হাতে হাতে মমবাতি লৈ চহৰৰ মাজেৰে 'গভীৰ শ্ৰদ্ধাঞ্জলি' যাত্ৰা।
  • পুনৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ দাবী ছাত্ৰ সমাজৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in