২টা ৱেবচাইটযোগে ঘোষণা টেট পৰীক্ষাৰ ফলাফল…

২টা ৱেবচাইটযোগে ঘোষণা টেট পৰীক্ষাৰ ফলাফল…
  • মঙলবাৰে পুৱা ৬ বজাত ৱেবচাইটযোগে ঘোষণা কৰা হ'ল টেট পৰীক্ষাৰ ফলাফল।
  • https://www.ssa.gov.in আৰু https://sebaonline.org ত চাব পাৰিব ফলাফল।
  • প্ৰাপ্ত খবৰ অনুসৰি নিম্ন প্ৰাৰ্থমিকত ১৮,৯০৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
  • উচ্চ প্ৰাৰ্থমিকত ১৫,৩০৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
  • উল্লেখ্য যে, ১০ নৱেম্বৰত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল।
  • নিম্ন প্ৰাৰ্থমিকত অৱতীৰ্ণ হৈছিল ২,১৮,১৬৪ গৰাকী প্ৰাৰ্থী।
  • ঠিক তেনেদৰে উচ্চ প্ৰাৰ্থমিকত ১,৫৮,৬৪৮ গৰাকী প্ৰাৰ্থী।
  • ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল টেট পৰীক্ষা।
  • আবেদনৰ নম্বৰ আৰু পাছৱৰ্ডৰ জৰিয়তে চাব পাৰিব ফলাফল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in