শেহতীয়া খবৰ
গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO

২টা ৱেবচাইটযোগে ঘোষণা টেট পৰীক্ষাৰ ফলাফল…

2,826
  • মঙলবাৰে পুৱা ৬ বজাত ৱেবচাইটযোগে ঘোষণা কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল।
  • https://www.ssa.gov.in আৰু https://sebaonline.org ত চাব পাৰিব ফলাফল।
  • প্ৰাপ্ত খবৰ অনুসৰি নিম্ন প্ৰাৰ্থমিকত ১৮,৯০৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
  • উচ্চ প্ৰাৰ্থমিকত ১৫,৩০৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
  • উল্লেখ্য যে, ১০ নৱেম্বৰত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল।
  • নিম্ন প্ৰাৰ্থমিকত অৱতীৰ্ণ হৈছিল ২,১৮,১৬৪ গৰাকী প্ৰাৰ্থী।
  • ঠিক তেনেদৰে উচ্চ প্ৰাৰ্থমিকত ১,৫৮,৬৪৮ গৰাকী প্ৰাৰ্থী।
  • ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল টেট পৰীক্ষা।
  • আবেদনৰ নম্বৰ আৰু পাছৱৰ্ডৰ জৰিয়তে চাব পাৰিব ফলাফল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি