শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি…

8,434
  • টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।
  • আবেদনৰ সময়সীমা ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
  • সেইদৰে অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা।
  • টেট পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিতৰ্ক।
  • ছচিয়েল মিডিয়াত বিভিন্ন জনে সমালোচনা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি