টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি…

টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি…
  • টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।
  • আবেদনৰ সময়সীমা ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
  • সেইদৰে অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ'ব টেট পৰীক্ষা।
  • টেট পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিতৰ্ক।
  • ছচিয়েল মিডিয়াত বিভিন্ন জনে সমালোচনা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in