Published on:
Updated on:
- জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
- জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হয় এই সংঘৰ্ষ।
- সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী।
- উল্লেখ্য যে, সোমবাৰেও নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল আন এটা সন্ত্ৰাসবাদী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in