জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী
  • জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।
  • শুকুৰবাৰে পুৱা অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে নিহত কৰে সন্ত্ৰাসবাদীজনক।
  • নিহত সন্ত্ৰাসবাদীজনৰ নাম জাকিৰ মুছা।
  • ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী জাকিৰ মুছা আনচাৰ ঘজৱাট-উল-হিন্দৰ কমাণ্ডাৰ আছিল।
  • উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in