শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

143

জম্মু-কাশ্মীৰত চোপৰৰ ৰেৱনত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসৱাদীৰ সংঘৰ্ষ

এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী।

বৰ্তমানেও চলি আছে দুই পক্ষৰ মাজত সংঘৰ্ষ।

নিৰাপত্তাৰক্ষীৰ কোনো ক্ষয়ক্ষতিৰ বাতৰি আহি পোৱা নাই এই মুহুৰ্তলৈকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি