কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২৫ জনৰ মৃত্যু…

কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২৫ জনৰ মৃত্যু…
  • আফগানিস্তানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • সোমবাৰে আফগানিস্তানৰ কাবুল ইউনিভাৰ্চিটিত  সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।
  • এই আক্ৰমণত ২৫ জন লোকৰ মৃত্যু হোৱাৰ কথা জানিবলৈ পোৱা গৈছে।
  • এএফপি শীৰ্ষক নিউজ এজেন্সিৰ সূত্ৰৰ পৰা এই খবৰ পোৱা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in