শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

টীয়কত আছুৰ ক’লা দিৱস পালন

39
  • টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ক’লা দিৱস পালন।
  • ৮ জানুৱাৰীত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধ সময়ত ত্ৰিপুৰাত বন্ধ সমৰ্থকৰ ওপৰত আৰক্ষী জঁপিয়াই পৰাৰ বিৰোধিতা।
  • আৰক্ষীয়ে গুলীচালনা আৰু লাঠীচার্জ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।
  • গুলীচালনা আৰু লাঠীচার্জ কৰাৰ বাবে আহতসকলৰ খবৰ লবলৈ যোৱাৰ সময়ত নেছ’ প্ৰতিনিধিক বাধা প্ৰদান কৰাৰ অভিযোগ।

  • আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যকো ত্ৰিপুৰা প্ৰশাসনে চিকিৎসালয়লৈ যাওঁতে বাধা প্ৰদান কৰাৰ প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি