টীয়কত আছুৰ ক’লা দিৱস পালন

টীয়কত আছুৰ ক’লা দিৱস পালন
  • টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ক'লা দিৱস পালন।
  • ৮ জানুৱাৰীত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধ সময়ত ত্ৰিপুৰাত বন্ধ সমৰ্থকৰ ওপৰত আৰক্ষী জঁপিয়াই পৰাৰ বিৰোধিতা।
  • আৰক্ষীয়ে গুলীচালনা আৰু লাঠীচার্জ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।
  • গুলীচালনা আৰু লাঠীচার্জ কৰাৰ বাবে আহতসকলৰ খবৰ লবলৈ যোৱাৰ সময়ত নেছ' প্ৰতিনিধিক বাধা প্ৰদান কৰাৰ অভিযোগ।
  • আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যকো ত্ৰিপুৰা প্ৰশাসনে চিকিৎসালয়লৈ যাওঁতে বাধা প্ৰদান কৰাৰ প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in