কোৱাৰেন্টাইন নহয়! বহিঃৰাজ্যৰ পৰা অহা যুৱকে অটো লৈ পোনে পোনে গ’ল ঘৰলৈ, তাৰ পাছত…

কোৱাৰেন্টাইন নহয়! বহিঃৰাজ্যৰ পৰা অহা যুৱকে অটো লৈ পোনে পোনে গ’ল ঘৰলৈ, তাৰ পাছত…
  • লামডিঙত দিন দুপৰতে ভয়ংকৰ ঘটনা।
  • চৰকাৰী নিয়মক উলংঘা কৰি বজাৰ কৰিবলৈ আহিল কোৱাৰেন্টাইনত ৰখা যুৱক।
  • লামডিঙ ক্ৰচিং গেটত সংঘটিত হৈছে এই ঘটনা।
  • কেৰেলাৰ পৰা আহিছিল যুৱকজন৷
  • যুৱক জন লামডিঙ বৰবস্তিৰ দীপেন বুলি জানিব পৰা গৈছে।
  • কেৰেলাৰ পৰা অহা দীপেনক স্বাস্থ্য বিভাগে হাতত ষ্টাম্প মাৰি ঘৰত কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল৷
  • কিন্তু যুৱক জনে চৰকাৰী নিয়মক অৱমাননা কৰি ষ্টেচনৰ পৰা পোনপটীয়াভাৱে লামডিঙ ক্ৰচিং গেটত বজাৰ কৰিবলৈ সোমাই৷
  • কেৱল ইমানেই নহয় বজাৰ কৰি যুৱকজনে এখন অটোৰ জড়িয়তে ঘৰলৈ যোৱাৰ অৱস্থাত স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়ে৷
  • এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ লামডিঙত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷
  • এনেদৰেই চলিছে লামডিঙত প্ৰশাসনৰ নিৰাপত্তা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in