তেলেংগানাত দুজনক গ্ৰেপ্তাৰ, জব্দ ৪০ কেজি অলপ্ৰাজোলামা

তেলেংগানাত দুজনক গ্ৰেপ্তাৰ, জব্দ ৪০ কেজি অলপ্ৰাজোলামা
  • বৃহস্পতিবাৰে তেলেংগানাৰ কমৰাৰেড্ডীত গ্ৰেপ্তাৰ কৰে দুই যুৱকক।
  • ৰাজহ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা ৪০ কেজি অলপ্ৰাজোলাম উদ্ধাৰ।
  • জব্দ কৰা এই বৃহৎ পৰিমাণৰ অলপ্ৰাজোলামখিনিৰ বজাৰ মূল্য প্ৰায় ২য় কোটি।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in