শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল ৩ কোটি টকাঃ আৰক্ষী আয়ুক্ত

814

ডিজিটেল ডেস্কঃ বুধবাৰে তেলেংগানাৰ আৰক্ষীয়ে জব্দ কৰে ৩ কোটি টকা নগদ ধন। ৰাজ্যখনৰ ৱাৰাংগলৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনখিনি।

ঘটনা সন্দৰ্ভত তেলেংগানাৰ আৰক্ষী আয়ুক্ত ভি ৰবিন্দৰে কয়- ‘লাভ কৰা তথ্য অনুসৰি এই ধনখিনি ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল। এই ধনখিনি তেলেংগানা জন সমিতিৰ প্ৰাৰ্থী পি দেৱায়িহৰ বুলিও তথ্য লাভ কৰা হৈছে। আমি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো।’

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি